বজাৰত ক’ৰোনা ভেকচিন উপলভ্য হ’ৱ ১০ আগষ্টৰ পূৰ্বে…
অব্যাহত আছে ক’ৰোনা মহামাৰীৰ সংঘাট। প্ৰায় যোৱা ৭মাহ ধৰি বিশ্বজুৰি ত্ৰাসৰ সৃষ্টিৰ কৰি আছে ক’ৰোনা ভাইৰাছে। এই মহামাৰীৰ ভেকচিনক লৈ বিশ্বৰ গৱেশকে ছলাই আছে গৱেশনা। ইয়াৰ মাজতে ৰাচিয়াই অচিৰেই দিব পাৰে এটা ভাল খবৰ।
উল্লেখ্য যে, বিগত প্ৰায় দুটা সপ্তাহৰ ভিতৰত বিশ্বৰ বজাৰত উপলদ্ধ হব ক’ৰোনাৰ ভেকচিন, এই কথা ঘোষণা কৰিছে ক’ৰোনা প্ৰতিষেধক প্ৰস্তুতকৰণত ব্যস্ত ৰাচিয়াৰ এদল বিজ্ঞানীয়ে। ৰাচিয়াৰ চৰকাৰী প্ৰতিনিধিয়ে আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই সংক্ৰান্তত মন্তব্য কৰিছে যে, ১০ আগষ্ট বা ইয়াৰ পূৰ্বেই বজাৰলৈ ক’ভিডৰ ভেকচিন উপলদ্ধ কৰোৱাৰ বাবে ৰাচিয়ান বিজ্ঞানীসকলে চেষ্টা কৰি আছে।[jnews_block_1 ]