Connect with us

Assam News

প্ৰতিবাদী কাৰ্যসূচী সমাপ্ত কৰিলে ৰাজ্যসভাৰ পৰা নিলম্বিত ৮ গৰাকী সাংসদে…

Published

on

প্ৰতিবাদী কাৰ্যসূচী সমাপ্ত কৰিলে ৰাজ্যসভাৰ পৰা নিলম্বিত ৮ গৰাকী সাংসদে…

প্ৰতিবাদী কাৰ্যসূচী সমাপ্ত কৰিলে ৰাজ্যসভাৰ পৰা নিলম্বিত ৮ গৰাকী সাংসদে…

ৰবিবাৰে ৰাজ্যসভাৰ সদনত অধ্যক্ষক বেয়া ব্যৱহাৰ কৰাৰ অভিযোগত ৮ গৰাকী সাংসদক সদনৰ পৰা নিলম্বন কৰা হৈছিল। নতুন কৃষি বিষয়ক নিতীক লৈ ৰবিবাৰে উত্তাল হৈছিল ৰাজ্যসভাৰ মজিয়া। ইয়াৰ পিছতে ৰাজ্যসভাৰ পৰা নিলম্বন কৰা ৮ গৰাকী সাংসদে হাতত লয় প্ৰতিবাদী কাৰ্যসূচী। সংসদ কেইজনে গোটেই নিশা সদনৰ পৰিসীমাত থকা গান্ধী প্ৰতিমাৰ সন্মুখত প্ৰতিবাদ কৰিছিল। আজি ৰাজ্যসভাৰ পৰা নিলম্বিত ৮ গৰাকী সাংসদে এই প্ৰতিবাদী কাৰ্যসূচী শেষ কৰে।

[jnews_block_2 ]

Click to comment

You must be logged in to post a comment Login

Leave a Reply

Trending