Assam Veterinary বিভাগত নিযুক্তি 2020: 221 পদ খালী…
Assam Veterinary বিভাগত নিযুক্তি 2020
পদৱীৰ নাম : Veterinary Field Assistant (VFA)
খালী পদৱীৰ সংখ্যা: 221
দৰমহা : Pay Band of Rs. 14,000/- 60,500/ + Grade Pay of Rs. 6,200/-
যোগ্যতা নিৰূপণ:
বয়স : প্ৰাৰ্থীৰ বয়স 01-01-2020 তাৰিখলৈ 18 বছৰৰ পৰা 40 বছৰ হ’ব লাগিব।
বয়সৰ ৰেহাই:
(i) SC/ST প্ৰাৰ্থীৰ বয়সৰ উৰ্ধত 5 বছৰ ।
(ii)OBC/ MOBC প্ৰাৰ্থীৰ বয়সৰ উৰ্ধত 3 বছৰ।
শিক্ষাগত অৰ্হতা:
প্ৰাৰ্থী HSSLC (Science) Biologyৰ সৈতে কৰিব লাগিব।
Veterinary Science ত1 বছৰীয়া certificate course recognized school ৰপৰা কৰিব লাগিব।
Assam Veterinary 2020 নিযুক্তিৰ আৱশ্যকীয় তাৰিখ:
আৱেদনৰ অন্তিম তাৰিখ: 16/11/2020- 5.00 pm.
Advertisement Details: Click Here .
আৱেদন ৰ Form: Click Here .