এ. পি. এচ. চি. ত ৩৯ তা পদত চাকৰি: Assam PSC Recruitment 2020-Apply Offline 39 Research Assistant: এ. পি. এচ. চি. য়ে ৩৯ টা ৰিচাৰ্জ সহায়ক (Research Assistant) পদৰ বিজ্ঞাপন মুকলি কৰিছে । যিকোনো বি.এ. ডিগ্ৰীধাৰী লোকে উক্ত পদত আবেদন কৰিব পাৰিব । আবেদন ২৭-১২-২০১৯ তাৰিখৰ পৰা ২৭-০১-২০২০ তাৰিখৰ ভিতৰত কৰিব পাৰিব । আবেদনকাৰীসকলে ২৭-০১-২০২০ তাৰিখৰ আগতে এ. পি. এচ. চিৰ অফিচিৱেল ৱেৱচাইটত (www.apsc.nic.in) গৈ আবেদন কৰিব পাৰিব । অধিক নিয়োগ সম্পৰ্কীয় বাতৰি পাবলৈ আমাৰ ৱেৱচাইট Newsinassam.com সদায় visit কৰে যেন…
Assam PSC Recruitment 2020
Assam Public Service Commission invites application from Indian Citizens as defined in Articles 5 to 8 of the Constitution of India for the under-mentioned posts under Assam Government in the scale of pay as indicated below and carrying usual allowances as admissible under Rules of the Govt. of Assam.
APSC Recruitment 2020 for both Fresher and experienced persons was announced on December 27, 2019. Received Direct Official Link for applying APSC Research Assistant Jobs 2019 with the current APSC Operations Report 2019 up here. See all recent APSC Vacancy 2020 all over India and check out all the latest APSC 2020 job openings now, Knowing the upcoming APSC Vacation 2020 now.
Assam PSC Recruitment 2020 Notification Details
APSC Recruitment 2020, 39 Research Assistant posts notification details are given below.
APSC Recruitment 2020 | Details |
Post Name | Research Assistant |
Job Location | Guwahati |
Total Vacancies | 39 |
Apply Starting Date | 27-12-2019 |
Last Date to Apply | 27-01-2020 |
Official Website | www.apsc.nic.in |
শিক্ষাগত অৰ্হতা (Educational Qualification): Bachelor Degree যিকোনো কলা, বিজ্ঞান, বানিজ্য বিভাগত হব লাগিব… লগতে Statistics, Economics, Mathematics, Agricultural Economics, Sociology, Anthropology, Social Anthropology, Social Work, Business Administration, Business Management, Geography and Commerceৰ যিকোনো এটা বিষয় থাকিব লাগিব।
(Bachelor Degree in Arts, Science or Commerce from any recognized University with Statistics, Economics, Mathematics, Agricultural Economics, Sociology, Anthropology, Social Anthropology, Social Work, Business Administration, Business Management, Geography and Commerce as one of the subjects.)
অসম এ. পি. এচ. চি. ৰ আবেদনৰ বাবে বয়স (Age limit):
পোষ্টৰ নাম | বয়সৰ নিম্নতম সীমা | বয়সৰ উৰ্ধতম সীমা |
ৰিচাৰ্জ সহায়ক পদ | ২১ বছৰ | ৩৮ বছৰ |
আবেদন কেনেকৈ কৰিব ?
আবেদন কৰিবলৈ অসম এ. পি. এচ. চি. ৰ ৱেৱচাইট www.apsc.nic.in ২৭-০১-২০২০ তাৰিখৰ আগতে লগ ইন কৰক ।
আবেদনৰ বাবে দৰকাৰী নথি:
- ট্ৰেজাৰী চালান
- বয়সৰ প্ৰমাণপত্ৰ
- চাৰ্টিফিকেট আৰু মাৰ্কচিট
- জাতিৰ প্ৰমাণপত্ৰ
- শাৰীৰিক অক্ষমতাৰ প্ৰমাণপত্ৰ
- বগা বেকগ্ৰাউণ্ডৰ দুকপি পাচপোৰ্ট ফটো
- চহী
- অভিজ্ঞতাৰ প্ৰমাণপত্ৰ
- বি পি এল কাৰ্ড
অসম এ. পি. এচ. চি.ৰ আবেদনৰ মাচুল:
APSC Recruitment 2020 | Application Fee |
For General/EWSCandidate | Rs.250/- |
For SC/ST/OBC/MOBC | Rs.150/- |
For BPL Candidate | Nil |
Fees should be deposited only through Treasury Challan in the Head of Account “NON TAX REVENUE, OTHER NON TAX REVENUE 0051 PSC, 105 STATE PSC APPLICATION FEE RECEIPT OF APSC” showing name of post and department. Original copy of Treasury Challan should be submitted along with the application form.
অসম এ. পি. এচ. চি.ৰ আবেদনৰ গুৰুত্বপূৰ্ণ তাৰিখ:
আবেদন আৰম্ভ হোৱা তাৰিখ | ২৭-১২-২০১৯ |
আবেদন শেষ হোৱা তাৰিখ | ২৭-০১-২০২০ |
এপ্লিকেচন ফৰ্ম, ট্ৰেজাৰী চালান, বৃষ্টিত বিজ্ঞাপনৰ বাবে তলৰ লিংকত ক্লিক কৰক:
এপ্লিকেচন ফৰ্ম | ইয়াত ক্লিক কৰক |
বৃষ্টিত বিজ্ঞাপন / ট্ৰেজাৰী চালান | ইয়াত ক্লিক কৰক |
অধিক জানিবলৈ তলৰ লিংকত ক্লিক কৰক:
APSC Recruitment 2020 |
Join Us
![]() |
Click Here |
![]() |
Click Here |
![]() |
Click Here |