Assam Orunodoi Scheme | Orunodoi Scheme payment Problem | Arunodoi Asoni Payment
আপোনালোকৰ সহায়ৰ বাবে মই সদায় আছোঁ । মোৰ যদি কিবা ভূল- ভ্ৰান্তি হয় আপোনালোকে যেন আঙুলিয়াই দিয়ে।অনলাইনৰ লগত জড়িত সকলো ধৰণৰ সহায় মই আপোনালোকক কৰি যাম আৰু আপোনালোকে মোক আগুৱাই যাবলৈ যেন সহায়ৰ হাত আগবঢ়াই। অনলাইন হেল্পৰ লগতে আপোনালোকক tech news ও দি থাকিম মাজে সময়ে । আশা কৰোঁ সকলোৱে সহাৰি জনাব।ধন্যবাদ🙏
#Orunodai_Scheme #Assam_Orunodai_Scheme
source