Connect with us

10th

অসম জলসিঞ্চন বিভাগত ৬৪৩ টা পদত চাকৰি: Assam Irrigation Recruitment 643 Posts 2020-Apply online:

Published

on

অসম জলসিঞ্চন বিভাগত ৬৪৩ টা পদত চাকৰি: Assam Irrigation Recruitment 643 Posts 2020-Apply online:

অসম জলসিঞ্চন বিভাগত ৬৪৩ টা পদত চাকৰি: Assam Irrigation Recruitment 643 Posts 2020-Apply online: অসম জলসিঞ্চন বিভাগে যোৱা ১৮-১২-২০১৯ তাৰিখে চাবৰদিনেত ইঞ্জিনীয়াৰ (চিভিল, মেকানিকেল) Subordinate Engineer (Civil, Mechanical), কাৰ্যালয় সহায়ক  Junior Assistant (HOD Level, District Level), চেকচন সহায়ক Section Assistant, পাৱাৰ পাম্প অপাৰেটৰ Power Pump Operator, প্ৰাইমাৰী ইনভেচটিগেটৰ Primary Investigator চাকৰিৰ বিজ্ঞাপন মুকলি কৰিছে । আবেদনকাৰীসকলে ০৮-০১-২০২০ তাৰিখৰ আগতে জলসিঞ্চন বিভাগৰ অফিচিৱেল ৱেৱচাইটত (www.irrigation.assam.gov.in) গৈ আবেদন কৰিব পাৰিব । অধিক নিয়োগ সম্পৰ্কিয় বাতৰি পাবলৈ আমাৰ ৱেবছাইত Newsinassam.com সদাই visit কৰে যেন…

Assam Irrigation Recruitment 643 Posts 2020-Apply online:

Assam Irrigation Recruitment 643 Posts 2020-Apply online:

Irrigation Department Assam recently released the recruitment advertisement for 643 Subordinate Engineer (Civil, Mechanical), Junior Assistant (HOD Level, District Level), Section Assistant, Power Pump Operator, Primary Investigator Job in Assam. The official notification for the post will be released on 18.12.2019 by Irrigation Department Assam on its official website. Interested and eligible candidates who are seeking to apply can fill Irrigation Department Assam Online Application from 20.12.2019 onwards. The last date for submitting Online applications is 08.01.2020 This is the good opportunity for the job hunters who are looking for the Career in Irrigation Department Assam. Before applying to this job, Aspirants are requested to go through the latest Irrigation Department Assam job notification 2020 fully. Irrigation Department Assam job applications are collected by Online mode, through www.irrigation.assam.gov.in.

Assam Irrigation Recruitment 643 Posts 2020: Vacancy Details

Assam Irrigation Department Recruitment 2020, 643 nos of Subordinate Engineer (Civil, Mechanical), Junior Assistant (HOD Level, District Level), Section Assistant, Power Pump Operator, Primary Investigator vacancy details are given below.

Sl NoName of the PostNo of Vacancies
01Subordinate Engineer, Grade I (Civil)21
02Subordinate Engineer, Grade I (Mechanical)01
03Junior Assistant (HOD Level)23
04Junior Assistant (District Level)159
05Section Assistant397
06Power Pump Operator41
07Primary Investigator01

 

Assam Irrigation Recruitment 643 Posts 2020: Educational Qualification

অসম জলসিঞ্চন বিভাগৰ আবেদনৰ বাবে শিক্ষাগত অৰ্হতাসমুহ তলত দিয়া হ’ল

পোষ্টৰ নাম     অৰ্হতা
চাবৰদিনেত ইঞ্জিনীয়াৰ (চিভিল)ডাৰ্ফমেনচিপৰ চাৰ্টিফিকেট চিভিল বা ৩ বছৰীয়া পলিটেকনিক চিভিল ডিপ্লোমা
চাবৰদিনেত ইঞ্জিনীয়াৰ (মেকানিকেল)ডাৰ্ফমেনচিপৰ চাৰ্টিফিকেট মেকানিকেল বা ৩ বছৰীয়া পলিটেকনিক মেকানিকেল ডিপ্লোমা 
কাৰ্যালয় সহায়ক  (HOD Level)বি এ আৰু কম্পিউটাৰ (এম এচ অফিচ)
কাৰ্যালয় সহায়ক  (District Level) বি এ আৰু কম্পিউটাৰ (এম এচ অফিচ)
চেকচন সহায়কদ্বাদশ উৰ্ত্তীৰ্ণ
পাৱাৰ পাম্প অপাৰেটৰমেৰ্ট্ৰীক উৰ্ত্তীৰ্ণ আৰু আ টি আই (সহায়ক হিচাপে ৮ বছৰৰ অভিজ্ঞতা)
প্ৰাইমাৰী ইনভেচটিগেটৰদ্বাদশ উৰ্ত্তীৰ্ণ (বিজ্ঞান)

 

Assam Irrigation Recruitment 643 Posts 2020: Age Limits

অসম জলসিঞ্চন বিভাগৰ আবেদনৰ বাবে বয়স তলত দিয়া হ’ল

পোষ্টৰ নাম   বয়সৰ নিম্নতম সীমা বয়সৰ উৰ্ধতম সীমা 
সকলো পোষ্টৰ বাবে১৮ বছৰ৩৮ বছৰ

আবেদন কেনেকৈ কৰিব ? 

আবেদন কৰিবলৈ অসম জলসিঞ্চন বিভাগৰ ৱেৱচাইট  www.irrigation.assam.gov.in ০৮-০১-২০২০ তাৰিখৰ আগতে লগ ইন কৰক । 

আপলোদ কৰিবলগীয়া নথি:

  • বয়সৰ প্ৰমাণপত্ৰ
  • ভোটাৰ আই ডি
  • শিক্ষাগত প্ৰমাণপত্ৰ
  • পাচপোৰ্ট ফটো
  • আবেদনকাৰীৰ চহী
  • জাতিৰ প্ৰমাণপত্ৰ

Assam Irrigation Recruitment 643 Posts 2020: Important Dates

অসম জলসিঞ্চন বিভাগৰ আবেদনৰ গুৰুত্বপূৰ্ণ তাৰিখ তলত দিয়া হ’ল

আবেদন আৰম্ভ হোৱা তাৰিখ১৮-১২-২০১৯
আবেদন শেষ হোৱা তাৰিখ০৮-০১-২০২০

 

আবেদন কৰিবলৈ তলৰ লিংকত ক্লিক কৰক:

ইয়াত ক্লিক কৰক

 

অধিক জানিবলৈ তলৰ লিংকত ক্লিক কৰক: 

 Assam Irrigation Department Recruitment 2020

 

Join Us

 Join Our Whatsapp GroupClick Here
 Like our Facebook Page
Click Here
 Follow us Twitter
Click Here

Trending