অসম জলসিঞ্চন বিভাগত ৬৪৩ টা পদত চাকৰি: Assam Irrigation Recruitment 643 Posts 2020-Apply online: অসম জলসিঞ্চন বিভাগে যোৱা ১৮-১২-২০১৯ তাৰিখে চাবৰদিনেত ইঞ্জিনীয়াৰ (চিভিল, মেকানিকেল) Subordinate Engineer (Civil, Mechanical), কাৰ্যালয় সহায়ক Junior Assistant (HOD Level, District Level), চেকচন সহায়ক Section Assistant, পাৱাৰ পাম্প অপাৰেটৰ Power Pump Operator, প্ৰাইমাৰী ইনভেচটিগেটৰ Primary Investigator চাকৰিৰ বিজ্ঞাপন মুকলি কৰিছে । …