Assamese News
ঘোষণা কৰা হ’ল ২০২০-২৩ বৰ্ষৰ বাবে বিজেপিৰ অসম ৰাজ্যিক সমিতিৰ

ঘোষণা কৰা হ’ল ২০২০-২৩ বৰ্ষৰ বাবে বিজেপিৰ অসম ৰাজ্যিক সমিতিৰ….
ৰজ্যত সংকটৰ মাজতে ভাৰতীয় জনতা পাৰ্টীয়ে আজি ঘোষণা কৰিলে অসম বিজেপিৰ ২০২০-২৩ বৰ্ষৰ ৰাজ্যিক সমিতি। ঘোষণা কৰা অনুযায়ী বিজেপিৰ অসম ৰাজ্যিক সমিতিখন এইধৰণৰ—
সাধাৰণ সম্পাদকৰ পদৰ বাবে:
ড৹ ৰাজদ্বীপ ৰয়
তপন কুমাৰ গগৈ
পল্লৱ লোচন দাস
ফণীন্দ্ৰ নাথ শৰ্মা
বেণুধৰ নাথ
তৰংগ গগৈ
পৰমী দাস
কৃষ্ণমণি চুতীয়া
লুচী ৰয়
সুকুমাৰ বিশ্বাস
অকণি দেৱী
উপ সভাপতিৰ পদৰ বাবে:
ড৹ হেমপ্ৰভা বৰঠাকুৰ
বিজুলী কলিতা মেধি
ৰেখাৰাণী দাস বড়ো
স্বপ্ননীল বৰুৱা
ৰতন তেৰণ
পুলক গোহাঁই
জয়ন্ত দাস
জয়ন্ত মল্ল বৰুৱা
যুৱ মৰ্চাঃ
সভাপতিঃ অনুপ বৰ্মন
মহিলা মৰ্চাঃ
সভানেত্ৰীঃ অপৰাজিতা ভূঞা
এছ চি মৰ্চাঃ নৱাৰুণ মেধি
এছ টি মৰ্চাঃ হৰেন দেউৰী
অ’ বি চি মৰ্চাঃ বিতোপন ৰায়দঙীয়া
চাহ মৰ্চাঃ প্ৰহ্লাদ গোৱালা
কিষাণ মৰ্চাঃ প্ৰফুল্ল বৰা
সংখ্যালঘু মৰ্চাঃ মুক্তাৰ হুছেইন খান
[jnews_block_2 ]
You must be logged in to post a comment Login