পুণৰ অখিল গগৈৰ জামিনৰ বাবে প্ৰদান কৰা আবেদন নাকচ …
অখিল গগৈৰ জামিনৰ বাবে কৰা আবেদন পুনৰ নাকচ কৰা হৈছে । কৃষক নেতাগৰাকীৰ জামিনৰ আৱেদন নিয়াৰ আদালতে নাকচ কৰিছে। বৰ্তমান GMCHত চিকিতসাধীন হৈ আছে কৃষক নেতা অখিল গগৈ।
উল্লেখ্য যে, যোৱা ১৭ ডিচেম্বৰ “কা” বাতিল আন্দোলনৰ সময়ৰ পৰা কাৰাবন্দী হৈ আছে কৃষক নেতাগৰাকী।
অবশ্যে তেওঁৰ ৩ সহযোগীয়ে ইতিমধ্যে জামিন লাভ কৰিবলৈ সক্ষম হৈছে।
[jnews_block_2 ]