Connect with us

Assamese News

লকডাউনত বিমানৰ টিকট বুকিং কৰা সকলে ঘূৰাই পাব টকা…

Published

on

লকডাউনত বিমানৰ টিকট বুকিং কৰা সকলে ঘূৰাই পাব টকা…

লকডাউনত বিমানৰ টিকট বুকিং কৰা সকলে ঘূৰাই পাব টকা..

  • লকডাউনৰ সময়চোৱাত বিমানৰ টিকট বুকিং কৰা সকলক ঘূৰাই দিয়া হব টিকটৰ ধন।
  • শেহতীয়াতৈ DGCAয়ে এই কথা দেশৰ উচ্চতম ন্যায়ালয়ক অৱগত কৰিছে।
  • ঘৰুৱা আৰু আন্তৰাষ্ট্ৰীয় সকলো বিমান টিকটৰ ধন ঘূৰাই দিয়াৰ কথাও সদৰি কৰিছে ডি জি চি এয়ে।
  • ২৫মাৰ্চৰ পৰা ৩মে’ৰ ভিতৰত বিমানৰ টিকট বুকিং কৰা যাত্ৰীক উভটাই দিয়া হব টিকটৰ ধন।
[jnews_block_2 ]

Click to comment

You must be logged in to post a comment Login

Leave a Reply

Trending