প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ স্বাস্থ্যৰ অধিক অৱনতি …
স্বাস্থ্য অধিক অৱনতি ঘটিছে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ। বৰ্তমানেও তেওঁক ভেন্টিলটৰতে ৰখা হৈছে। চিকিৎসকে এই কথা জানিব দি প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ অসুস্থতাৰ কথা প্ৰকাশ কৰে ।
উল্লেখ্য যে, সোমবাৰে মগজুৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পূৰ্ণ হোৱাৰ পাছৰে পৰা তেওঁক ভেন্টিলেটৰত ৰখা হৈছে।
[jnews_block_2 ]