প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ স্বাস্থ্যৰ অধিক অৱনতি …

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ স্বাস্থ্যৰ অধিক অৱনতি …

স্বাস্থ্য অধিক অৱনতি ঘটিছে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ। বৰ্তমানেও তেওঁক ভেন্টিলটৰতে ৰখা হৈছে। চিকিৎসকে এই কথা জানিব দি প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ অসুস্থতাৰ কথা প্ৰকাশ কৰে ।

উল্লেখ্য যে, সোমবাৰে মগজুৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পূৰ্ণ হোৱাৰ পাছৰে পৰা তেওঁক ভেন্টিলেটৰত ৰখা হৈছে।

[jnews_block_2 ]

About Nabarun Kumar Dutta

Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com You can talk to me My email id [email protected]

Check Also

অসমৰ শিক্ষা মন্ত্ৰী ৰানোজ পেগুৱে প্ৰাথমিক শিক্ষকসকলৰ দাবীসমূহ চোৱা-চিতা কৰাৰ আশ্বাস দিছে

অসমৰ শিক্ষা মন্ত্ৰী ৰানোজ পেগুৱে প্ৰাথমিক শিক্ষকসকলৰ দাবীসমূহ চোৱা-চিতা কৰাৰ আশ্বাস দিছে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ...

Read more

Leave a Reply

Your email address will not be published. Required fields are marked *