২২ জুলাইত অনুস্থিত ৰাজ্যসভাৰ শপতগ্ৰহণ অনুষ্ঠান…
ক’ৰোনা তাণ্ডৱৰ মাজতে ২২ জুলাইত অনুস্থিত হ’ব ৰাজ্যসভাৰ শপতগ্ৰহণ অনুষ্ঠান। ৰাজ্যসভাৰ নৱ নিৰ্বাচিত সাংসদসকলে উক্ত দিনটোত ল’ব শপত।
উল্লেখ্য যে, অসমৰ তিনিজন সাংসদে শপত গ্ৰহন কৰিব এই অনুস্থান্ত। জানিব পৰা মতে ৰাজ্যসভাৰ অধক্ষ্যৰ “হাউচ অফ চেম্বাৰত” হ’ব এই শপতগ্ৰহণ । উক্ত অনুস্থানত শপতগ্ৰহণ কৰিবলগা সাংসদগৰাকীৰ লগত এজন হে ব্যক্তি উপস্থিত থাকিব পাৰিব ৷