২২ জুলাইত অনুস্থিত ৰাজ্যসভাৰ শপতগ্ৰহণ অনুষ্ঠান…

২২ জুলাইত অনুস্থিত ৰাজ্যসভাৰ শপতগ্ৰহণ অনুষ্ঠান…

ক’ৰোনা তাণ্ডৱৰ মাজতে ২২ জুলাইত অনুস্থিত হ’ব ৰাজ্যসভাৰ শপতগ্ৰহণ অনুষ্ঠান। ৰাজ্যসভাৰ নৱ নিৰ্বাচিত সাংসদসকলে উক্ত দিনটোত ল’ব শপত।

উল্লেখ্য যে, অসমৰ তিনিজন সাংসদে শপত গ্ৰহন কৰিব এই অনুস্থান্ত। জানিব পৰা মতে ৰাজ্যসভাৰ অধক্ষ্যৰ “হাউচ অফ চেম্বাৰত” হ’ব এই শপতগ্ৰহণ । উক্ত অনুস্থানত শপতগ্ৰহণ কৰিবলগা সাংসদগৰাকীৰ লগত এজন হে ব্যক্তি উপস্থিত থাকিব পাৰিব ৷

 

About Nabarun Kumar Dutta

Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com You can talk to me My email id [email protected]

Check Also

Assam Rifles Recruitment 2023: ৬১৬ টা চাকৰিৰ আৱেদন

Assam Rifles Recruitment 2023 : Apply 616 Technical And Tradesman posts: শেহতীয়াকৈ Assam Rifles ে ...

Read more

Leave a Reply

Your email address will not be published. Required fields are marked *