SSUHS B. Sc. Nursing আৰু D.Pharm Admissionৰ জাননী 2019: BSc Nursing আৰু D.Pharm Addmission প্ৰবেশ পৰীক্ষ। Srimanta Sankardeva University of Health Sciences Entrance নাৰ্চ পাঠ্য়ক্ৰমৰ ২০১৯ অনলাইন যোগেৰে আবেদন বিচৰা হৈছে। অনলাইন আবেদন ২৪ জুন (24 June) ২০১৯ পৰা ৯ জুলাই (09 July) ২০১৯ লৈ হব।
SSUHS D.Pharm & BSc Nursing Admission 2019 – Online Application
পাঠ্য়ক্ৰমৰ নাম:-
- B.Sc. Nursing
- Diploma in Pharmacy (D.Pharm)
সংগঠনৰ নাম (Board Name): Srimanta Sankardeva University of Health Sciences
B.Sc নাৰ্চৰ বাবে অৰ্হতাৰ বিবৰন (BSC Nursing Eligibility)
শিক্ষাগত অৰ্হতা: উচ্চতৰ মাধ্য়মিক উত্তীৰ্ণ হব লাগিব। ইংৰাজী বিষয় সহ যিকোনো এটা বিষয় পাদাৰ্থ বিজ্ঞান অথবা ৰসানয়ন বিজ্ঞান অথবা জীৱ বিজ্ঞানত ৫০% মাৰ্ক থাকিব লাগিব। SC, ST, STP, STH পাৰ্থীৰ ৪০% মাৰ্ক হলেও হব।
বয়স: ১৭ ৰ পৰা ২৪ (24 Years) বছৰ হব লাগিব। SC ST পাৰ্থীৰ বাবে ৩ বছৰ ৰেহায় দিয়া হব।
D. Pharma অৰ্থাত Diploma in Pharmacy পাঠ্য়ক্ৰমৰ অৰ্হতা
শিক্ষাগত অৰ্হতা: উচ্চতৰ মাধ্য়মিক উত্তীৰ্ণ হব লাগিব। লগতে পাদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱ বিসজ্ঞান / অথবা গনিত বিষয় থাকিব লাগিব
বয়স: ১৭ ৰ পৰা ২৪ (24 Years) বছৰ হব লাগিব। SC ST পাৰ্থীৰ বাবে ৩ বছৰ ৰেহায় দিয়া হব।
প্ৰবেশ পৰিক্ষাৰ তাৰিখ: ২১ জুলাই ২০১৯
পৰীক্ষাৰ মাচুল: 1200 টকা
অধিক জানিবলৈ তলত দিয়া লিংকত ক্লিক কৰে যেন…