Connect with us

Admission Notice

SSUHS B. Sc. Nursing আৰু D.Pharm Admissionৰ জাননী 2019:

Published

on

SSUHS B. Sc. Nursing  আৰু   D.Pharm Admission জাননী 2019: BSc Nursing আৰু   D.Pharm Addmission প্ৰবেশ পৰীক্ষ।  Srimanta Sankardeva University of Health Sciences Entrance নাৰ্চ পাঠ্য়ক্ৰমৰ ২০১৯ অনলাইন যোগেৰে আবেদন বিচৰা হৈছে। অনলাইন আবেদন ২৪ জুন (24 June) ২০১৯ পৰা ৯ জুলাই (09 July) ২০১৯ লৈ হব। 

SSUHS D.Pharm & BSc Nursing Admission 2019 – Online Application

পাঠ্য়ক্ৰমৰ নাম:-

Ads

  • B.Sc. Nursing
  • Diploma in Pharmacy (D.Pharm)

সংগঠনৰ নাম  (Board Name): Srimanta Sankardeva University of Health Sciences

B.Sc নাৰ্চৰ বাবে অৰ্হতাৰ বিবৰন (BSC Nursing Eligibility)

শিক্ষাগত অৰ্হতা: উচ্চতৰ মাধ্য়মিক উত্তীৰ্ণ হব লাগিব। ইংৰাজী বিষয় সহ যিকোনো এটা বিষয় পাদাৰ্থ বিজ্ঞান অথবা ৰসানয়ন বিজ্ঞান অথবা জীৱ বিজ্ঞানত ৫০% মাৰ্ক থাকিব লাগিব।  SC, ST, STP, STH পাৰ্থীৰ ৪০% মাৰ্ক হলেও হব।

বয়স: ১৭ ৰ পৰা ২৪ (24 Years) বছৰ হব লাগিব। SC ST পাৰ্থীৰ বাবে ৩ বছৰ ৰেহায় দিয়া হব।

D. Pharma অৰ্থাত Diploma in Pharmacy পাঠ্য়ক্ৰমৰ অৰ্হতা

শিক্ষাগত অৰ্হতা: উচ্চতৰ মাধ্য়মিক উত্তীৰ্ণ হব লাগিব। লগতে পাদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱ বিসজ্ঞান / অথবা গনিত বিষয় থাকিব লাগিব

বয়স: ১৭ ৰ পৰা ২৪ (24 Years) বছৰ হব লাগিব। SC ST পাৰ্থীৰ বাবে ৩ বছৰ ৰেহায় দিয়া হব।

প্ৰবেশ পৰিক্ষাৰ তাৰিখ: ২১ জুলাই ২০১৯

পৰীক্ষাৰ মাচুল:  1200 টকা

অধিক জানিবলৈ তলত দিয়া লিংকত ক্লিক কৰে যেন…

Click Here   

Ads Below The Content

Recent Posts

Recent Comments

Archives

Categories

Meta

Assam Govt Jobs

Copyright © 2019 The Sarkari Results. Theme by The Nitesh Arya, powered by WordPress.