অসম স্বাস্থ্য বিভাগত 92 টা তৃতীয় বৰ্গৰ (কাৰিকৰিক) পদ খালী: DME Assam 92 Grade III (Technical) Recruitment 2019

অসম স্বাস্থ্য বিভাগত 92  টা তৃতীয় বৰ্গৰ (কাৰিকৰিক) পদ খালী: DME Assam 92 Grade III (Technical) Recruitment 2019: আসম স্বাস্থ্য বিভাগত 92 টা বিভিন্ন তৃতীয় বৰ্গৰ (কাৰিকাৰিক) পদৰ বাবে Directorate of Medical Education, Assam (DME Assam) তৰফৰ পৰা অনলাইনৰ মাধ্যমত আবেদন বিছৰা হৈছে। আবেদন ৬ জুলাই ২০১৯ পৰা ২১ জুলাই ২০১৯ লৈ হব। আধিক নিয়োগ সম্পৰ্কিয় খবৰ লবলৈ আমাৰ website AllJobAssam.com visit কৰে যেন।

Directorate of Medical Education, Assam (DME Assam) Job Vacancy Details

 

medianet_width = “300”;
medianet_height = “250”;
medianet_crid = “867678947”;
medianet_versionId = “111299”;
(function() {
var isSSL = ‘https:’ == document.location.protocol;
var mnSrc = (isSSL ? ‘https:’ : ‘http:’) + ‘//contextual.media.net/nmedianet.js?cid=8CU45AIX8’ + (isSSL ? ‘&https=1’ : ”);
document.write(”);
})();

পদ সমুহৰ নাম:

1. Technician (Laboratory Technician): 38
2. Technician of Anesthesiology: 08
3. Technician Audiometry: 01
4. Technician Radiography: 08
5. Technician Radiotherapy: 02
6. Technician in Audiovisual Aids, Photography: 11
7. OT Technician: 06
8. ECG Technician: 01
9. Dental Technician: 04
10. Prosthetic & Orthotic Technician: 02
11. Speech Therapist: 02
13. Occupational Therapist: 02
14. Multi Rehabilitation Worker: 04
15. Cataloguer: 01
16. Technician (Ophthalmology): 01

শিক্ষাগত অৰ্হতা: উচ্চতৰ মাধ্যমিক লগতে উক্ত পদৰ বিভাগত ডিপ্লমা থাকিব লাগিব।

বয়ষ: ১৮ পৰা ৪৪ বছৰ হব লাগিব।

আবেদনৰ মাচুল: আবেদন কৰিবলৈ মাচুল দিব নালাগে।

আবেদন কেনেকৈ কৰিব- How to Apply DME Assam Grade 3 Recruitment 2019

>> আবেদন কৰিবলৈ https://alljobassam.com/dme-assam-grade-iii-technical-recruitment-2019/ লিংকত ক্লিক কাৰক
>> ক্লিক কৰাৰ পিছত এখন নতুন Window খুলিব। তাত আপুনি Online Apply Link ক্লিক কৰক।
>> নিজৰ প্ৰয়োজনীয় Document Submit কাৰক

আবেদন আৰম্ভ হব: ৬ জুলাই ২০১৯
আবেদনৰ অন্তিম তাৰিখ: ২১ জুলাই ২০১৯

medianet_width = “600”;
medianet_height = “250”;
medianet_crid = “104602356”;
medianet_versionId = “3111299”;

সম্পুৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক

অনলাইন অবেদন কৰিবৰ কাৰনে: ইয়াত ক্লিক কৰক

Leave a Comment