বক্সাৰ লাভলীনা বৰগোঁহাই মনোনীত হৈছে ‘অৰ্জুন বঁটা’ৰ বাবে…
অসমৰ বক্সাৰ লাভলীনা বৰগোঁহাইয়ে নিজৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। অৰ্জুন বঁটাৰ বাবে মনোনীত হৈছে বক্সাৰ লাভলীনা বৰগোঁহাইৰ নাম।
উল্লেখ্য যে, মুঠ ২৯ গৰাকী খেলুৱৈ মনোনীত হৈছে অৰ্জুন বটাৰ বাবে। ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত কৰা হৈছে এই ২৯ জন খেলুৱৈক।
[jnews_block_2 ]