APDCL Recruitment 2023: Apply Online 320 vacancies : অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ (APDCL)ৰ বিভিন্ন শাখাত ৩২০ জন সহকাৰী প্ৰবন্ধক আৰু কনিষ্ঠ প্ৰবন্ধকৰ নিযুক্তিৰ বিজ্ঞাপন শেহতীয়াকৈ প্ৰকাশ কৰিছে। আবেদন কৰিব বিচৰা ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীসকলে ২০২৩ চনৰ ৬ এপ্ৰিলৰ পৰা APDCL Online Application পূৰণ কৰিব পাৰিব । Online আবেদন জমা দিয়াৰ শেষ তাৰিখ ২০২৩ চনৰ …