ত্যাগবীৰ হেম বৰুৱা কলেজত সহকাৰী প্ৰবক্তাৰ ২ টা পদ মুকলি ২০২০-THB College Jamugurihat Recruitment 02 Assistant Professor 2020: ত্যাগবীৰ হেম বৰুৱা কলেজত সহকাৰী প্ৰবক্তাৰ Statistics বিষয়ৰ ২ টা পদৰ বিজ্ঞাপন মুকলি কৰা হৈছে । আবেদন কৰিব বিচৰা প্ৰাৰ্থীসকলে বিজ্ঞাপন প্ৰকাশ হোৱাৰ ১৫ দিনৰ ভিতৰত আবেদন কৰিব লাগিব । আবেদনকাৰীসকলে অফলাইন যোগে আবেদন কৰিব পাৰিব । প্ৰাৰ্থীসকল পি.এইচ.ডি. (UGC) ডিগ্ৰীধাৰী হব লাগিব । অধিক তথ্যৰ বাবে ত্যাগবীৰ হেম বৰুৱা কলেজৰ অফিচিৱেল ৱেৱচাইট www.thbcollege.com চাব পাৰিব । অধিক নিয়োগ সম্পৰ্কীয় বাতৰি পাবলৈ আমাৰ ৱেৱচাইট …