বিশেষ টেট অসম ২০২০-Special TET of Assam 2020: অসম চৰকাৰে বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । সৰ্বশিক্ষা অভিযান মিছন, অসমে অসমৰ বিদ্যালয়বিলাকত কৰ্মৰত ঠিকাভিত্তিক শিক্ষকসকলৰ বাবে বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । বিশেষ টেট পৰীক্ষাৰ এপ্লিকেছন ফৰ্ম, (Application Form) তাৰিখ, (Date) অনলাইন এপ্লাই (Online Apply) আদিকে ধৰি সকলোখিনি আমাৰ …