ৰঙিয়া আই.টি.আই. ত চাকৰি ২০২০-Rangiya ITI Recruitment 11 nos 4th Grade Posts 2020: ৰঙিয়া আই.টি.আই. য়ে ১১ টা পিয়ন/ চকীদাৰ/ চুইপাৰ/ ওৱৰ্কচ এটেনডেন্ট (Peon/ Chowkider/ Sweeper/ Workshop Attendant) পদৰ বিজ্ঞাপন ডিচেম্বৰ ২০১৯ ত মুকলি কৰিছে । সাক্ষাৎকা্ৰৰ তাৰিখ ০৭,০৮,০৯ জানুৱাৰী ২০২০ । আপোনালোকে অধিক জানিবৰ বাবে ৰঙিয়া আই.টি.আই.ৰ অফিচিয়েল নটিফিকেচন চাব পাৰে । ৰঙিয়া আই.টি.আই.ৰ …