হিন্দুস্থান পেপাৰ কৰ্প’ৰেশ্যনৰ কৰ্মচাৰীৰ সন্তানলৈ শিক্ষাৰ অনুদান আৱাসী ছাত্ৰ-ছাত্ৰীলৈ ৰাজ্য চৰকাৰৰ আৰ্থিক সাহায্য শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰৰ অনুষ্ঠান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ অংশগ্ৰহণ ‘জ্ঞান দীপিকা’ আঁচনি উদ্বোধন ৰাজ্য চৰকাৰৰ আঁচনিৰ অধীনত আৱাসৰ ছাত্ৰ-ছাত্ৰীলৈ জলপানি মাহে ৭০০ টকাকৈ ১০ মাহৰ জলপানি দিব ৰাজ্য চৰকাৰে নগাঁও, কাছাৰ কাগজ কলৰ কৰ্মচাৰীৰ সন্তানক দিব জলপানি #HimantaBiswaSarma …
Tag: assamese news channel
১ জানুৱাৰী, ২০২০ৰ পৰা ৰূপায়ণ হ’ব অৰুন্ধতী স্বৰ্ণ আঁচনি || Assam Govt to Start Arundhati Gold Scheme
২০২০ চনৰ পহিলা জানুৱাৰীৰ পৰা ৰাজ্যত প্ৰযোজ্য হ’ব অৰুন্ধতী স্বৰ্ণ আঁচনি। এই আঁচনিৰ জৰিয়তে সদ্যবিবাহিত কন্যাই লাভ কৰিব এক তোলা সোণৰ মূল্য। অৱশ্যে এই সুবিধা ল’বৰ বাবে দৰা-কইনাই মেট্ৰিক উত্তীৰ্ণ হোৱাৰ উপৰিও স্পেচিয়েল মেৰিজ এক্ট, ১৯৫৪ৰ অধীনত পঞ্জীয়ন কৰিব লাগিব বিবাহ। #HimantaBiswaSarma ___ The agenda of this channel is neutral, unbiased news. It has no …