He was sick of his eyes in the dark, haven’t seen his own child, grandson for years. No money no treatment. These people have done free surgery in this private sector hospital of Assam by returning their eyes power . You will also get it.
শোণিতপুৰৰ ঢেকীয়াজুলিৰ “দৃষ্টি দান” নামৰ চিকিৎসালয়ত আছে এই সুবিধা । ৱাৰ্ড নম্বৰ ৬
যোগাযোগ নম্বৰ :- +91 93954 83267
DRISTIDAAN EYE HOSPITAL
Ward no 6 , Highschool and LOKD Road
Dhekiajuli Sonitpur Assam .
Notice
If you have ” ayushman bharat ” card then you get free treatment , Free Surgery .
মনত ৰাখিব
যদি আপোনাৰ হাতত ” আয়ুস্মান ভাৰত ” এই কাৰ্ড আছে তেতিয়া হে বিনামূলীয়া অস্ত্ৰোপচাৰ , বিনামূলীয়া চিকিৎসা লাভ কৰিব । আৰু নাথাকিলেও অতি কম টকাত চিকিৎসা লাভ কৰিব ।
নাই কোনো দালাল নাই কোনো দুষ্ট চক্ৰ , আছে মাথো কৰ্মচাৰী , কৰ্তৃপক্ষ , চিকিৎসক , বিশেষজ্ঞ ।
আৰু আছে পৰিষ্কাৰ পৰিচন্নতা , থকা লোৱা খোৱাৰ সকলো সুবিধা ।
source