SSUHS B. Sc. Nursing আৰু D.Pharm Admissionৰ জাননী 2019: BSc Nursing আৰু D.Pharm Addmission প্ৰবেশ পৰীক্ষ। Srimanta Sankardeva University of Health Sciences Entrance নাৰ্চ পাঠ্য়ক্ৰমৰ ২০১৯ অনলাইন যোগেৰে আবেদন বিচৰা হৈছে। অনলাইন আবেদন ২৪ জুন (24 June) ২০১৯ পৰা ৯ জুলাই (09 July) ২০১৯ লৈ হব। SSUHS D.Pharm & BSc Nursing Admission 2019 – Online Application …