Connect with us

Central Govt.

আধাৰ সেৱা কেন্দ্ৰৰ নিয়োগ ২০২৫ – ১৯৫ চুপাৰভাইজাৰ/অপৰেটৰ পদ খালী

Published

on

আধাৰ সেৱা কেন্দ্ৰৰ নিয়োগ ২০২৫ – ১৯৫ চুপাৰভাইজাৰ/অপৰেটৰ পদ খালী

আধাৰ সেৱা কেন্দ্ৰৰ নিয়োগ ২০২৫ – ১৯৫ চুপাৰভাইজাৰ/অপৰেটৰ পদ খালী

আধাৰ সেৱা কেন্দ্ৰে সদ্য যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থীসকলৰ পৰা ১৯৫ চুপাৰভাইজাৰ আৰু অপৰেটৰ পদৰ বাবে আবেদন।

আধাৰ সেৱা কেন্দ্ৰৰ নিয়োগ ২০২৫

সংস্থাআধাৰ সেৱা কেন্দ্ৰ
পদৰ সংখ্যা১৯৫
শিক্ষা যোগ্যতা১২তম, আইটিআই
চাকৰি ধৰণকেন্দ্রীয় চৰকাৰী চাকৰি
আবেদন মুডঅনলাইন
শেষ তাৰিখ৩১-জানুৱাৰী-২০২৫

আধাৰ সেৱা কেন্দ্ৰৰ নিয়োগ ২০২৫ – পদৰ বিবৰণ

পদৰ নাম: আধাৰ চুপাৰভাইজাৰ/অপৰেটৰ

পদৰ সংখ্যা: ১৯৫

বয়সৰ সীমা: ১৮ বছৰৰ পৰা (সৰ্বনিম্ন)

শিক্ষা যোগ্যতা: ১২তম, মেট্ৰিকুলেশ্বন + ২ বছৰৰ আইটিআই অথবা ৩ বছৰৰ ডিপ্লোমা।

আধাৰ সেৱা কেন্দ্ৰৰ নিয়োগ ২০২৫ – গুৰুত্বপূর্ণ তাৰিখ

ৰাজ্যআবেদন তাৰিখ
আন্ধ্ৰপ্ৰদেশ০৩-নৱেম্বৰ-২০২৪ পৰা ৩১-জানুৱাৰী-২০২৫
অসম০৩-নৱেম্বৰ-২০২৪ পৰা ৩১-জানুৱাৰী-২০২৫
বিহাৰ০৩-নৱেম্বৰ-২০২৪ পৰা ৩১-জানুৱাৰী-২০২৫
ছত্তিশগড়০৩-নৱেম্বৰ-২০২৪ পৰা ৩১-জানুৱাৰী-২০২৫
গোয়া০৩-নৱেম্বৰ-২০২৪ পৰা ৩১-জানুৱাৰী-২০২৫
গুজৰাট০৪-নৱেম্বৰ-২০২৪ পৰা ৩১-জানুৱাৰী-২০২৫
হৰিয়ানা০৪-নৱেম্বৰ-২০২৪ পৰা ৩১-জানুৱাৰী-২০২৫
জম্মু আৰু কাশ্মীৰ০৪-নৱেম্বৰ-২০২৪ পৰা ৩১-জানুৱাৰী-২০২৫
ঝাৰখণ্ড০৪-নৱেম্বৰ-২০২৪ পৰা ৩১-জানুৱাৰী-২০২৫
কৰ্ণাটক০৪-নৱেম্বৰ-২০২৪ পৰা ৩১-জানুৱাৰী-২০২৫
কেরালা০৪-নৱেম্বৰ-২০২৪ পৰা ৩১-জানুৱাৰী-২০২৫
মাধ্যপ্ৰদেশ০৪-নৱেম্বৰ-২০২৪ পৰা ৩১-জানুৱাৰী-২০২৫
মহাৰাষ্ট্ৰ০৪-নৱেম্বৰ-২০২৪ পৰা ৩১-জানুৱাৰী-২০২৫
নাগালেণ্ড০৪-নৱেম্বৰ-২০২৪ পৰা ৩১-জানুৱাৰী-২০২৫
ওড়িশা০৪-নৱেম্বৰ-২০২৪ পৰা ৩১-জানুৱাৰী-২০২৫
পঞ্জাব০৪-নৱেম্বৰ-২০২৪ পৰা ৩১-জানুৱাৰী-২০২৫
ৰাজস্থান০৪-নৱেম্বৰ-২০২৪ পৰা ৩১-জানুৱাৰী-২০২৫
সিক্কিম০৪-নৱেম্বৰ-২০২৪ পৰা ৩১-জানুৱাৰী-২০২৫
তামিলনাডু০৪-নৱেম্বৰ-২০২৪ পৰা ৩১-জানুৱাৰী-২০২৫
তেলেঙনা০৪-নৱেম্বৰ-২০২৪ পৰা ৩১-জানুৱাৰী-২০২৫
ত্ৰিপুৰা০৪-নৱেম্বৰ-২০২৪ পৰা ৩১-জানুৱাৰী-২০২৫
উত্তরপ্ৰদেশ০৪-নৱেম্বৰ-২০২৪ পৰা ৩১-জানুৱাৰী-২০২৫
পশ্চিমবঙ্গ০৪-নৱেম্বৰ-২০২৪ পৰা ৩১-জানুৱাৰী-২০২৫

আধাৰ সেৱা কেন্দ্ৰৰ নিয়োগ ২০২৫ৰ বাবে কেনেকৈ আবেদন কৰিব?
ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থীসকলে উল্লেখ কৰা পদসমূহৰ বাবে অনলাইন আবেদন কৰিব পাৰে। আবেদনকাৰীসকলে তলৰ ৱেবছাইটত গিয়ে আবেদন কৰিব পাৰে:
https://cscspv.in/ask-job.html

Click to comment

You must be logged in to post a comment Login

Leave a Reply

Trending