টি-২০ ৱৰ্ল্ড কাপ অনুষ্ঠিত হ’ব ২০২১ত ভাৰতত…
ক’ভিডৰ মাজতে ক্ৰিকেট অনুৰাগীসকলৰ বাবে আছে এটি ভাল খবৰ। টি-২০ বিশ্বকাপ প্ৰতিযোগিতা অহা বছৰত ভাৰতত অনুষ্ঠিত হ’ব। ২০২১ বৰ্ষৰ পূৰ্বৰ নিৰ্ধাৰিত সময়মতেই অনুষ্ঠিত হ’ব ক্ৰিকেটৰ এই মহাৰণ। এই কথা আই চি চিয়ে সদৰি কৰিছে। ভাৰতত টি-২০ বিশ্বকাপ ২০২১ৰ পূৰ্বৰ নিৰ্ধাৰিত সময়সূচী মতেই অনুষ্ঠিত হ’ব।
উল্লেখ্য যে, ২০২১ চনত নিউজিলেণ্ডত অনুষ্ঠিত হোৱাৰ কথা আছিল মহিলাৰ বিশ্বকাপ ক্ৰিকেট। ক’ৰোনা ভাইৰাছৰ ত্ৰাসৰ বাবে এই খেল খন ২০২২ চনৰ মাৰ্চ মাহলৈ স্থগিত কৰা হৈছে।
[jnews_block_2 ]