মেঘালয়ৰ পৰা আহিব নোৱাৰিব অসমলৈ!
অসমত অব্যাহত ক’ৰোনাৰ সংহাৰ। ক্ৰমাত বৃদ্ধি পাই গৈ আছে গ’ণ সংক্ৰমিত ৰোগীৰ সংখ্যা। শেহতিয়া ভাবে পৰিস্থিতি প্ৰতি লক্ষ ৰাখি ঠায়ে ঠায়ে লকডাউন দিয়া দেখা গৈছে।
শেহতীয়া ভাবে মেঘালয়ৰ পৰা অসমত অহা লোকৰ প্ৰৱেশ নিষেধ কৰা হৈছে। গুৱাহাটী মহানগৰীত দ্ৰুত হাৰত বঢ়ি অহা ৰোগীৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ প্ৰশাসন বিভাগে লৈছে এই সিদ্ধান্ত।
চৰকাৰী পাছ নথকা কোনো ধাৰণৰ বহন বৰ্তমান প্ৰৱেশ কৰিব নোৱাৰিব মহানগৰত।