ভূমিকম্পই জোকাৰিলে মিজোৰাম…
ক’ৰোনাৰ আতংকৰ মাজতে মিজোৰামত ভূমিকম্পৰ জোকাৰণি। মিজোৰামৰ চম্ফাইৰ সমীপত অনুভূত হ’য় এই ভূমিকম্প। ভূমিকম্পটোৰ প্ৰাৱল্য আছিল প্ৰাই ৪.৬।
শুক্ৰবাৰে দিনৰ প্ৰায় ২ বাজি ৩৫ মিনিটত অনুভূত হৈছিল এই ভূমিকম্প।
জানিব পৰা মতে কোনো লোক হতাহত হোৱা নাই এই ভূমিকম্পত। বৰ্তমান কোনো ধৰনৰ বিশেষ ক্ষয়-ক্ষতি দেখা হোৱা নাই।