অসমৰ প্ৰাক্তন মূখ্য মন্ত্ৰী তৰুণ গগৈৰ দেহাৱসান…..
- অসমৰ প্ৰাক্তন মূখ্য মন্ত্ৰী, প্ৰদেশ কংগ্ৰেচৰ সভাপতি তৰুন গগৈৰ মৃত্যু।
- আজি সন্ধিয়া ৫:৩০ বজাত দেহাৱসান ঘটে মন্ত্ৰী গৰাকীৰ।
- মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৬ বচৰ।
- তেখেতৰ মৃত্যুত এক বৃহৎ খতি কংগ্ৰেচ দলৰ বাবে।
- উল্লেখ্য যে, কেইবাদিনো ধৰি জটিল ৰোগত অক্ৰন্ত হৈ আছিল মন্ত্ৰী গৰাকীয়ে।
- মন্ত্ৰী গৰাকীৰ দেহাৱসানক লয় দূখ প্ৰাকাশ কৰে স্বাস্থ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।