অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আক্ৰান্ত হৈছে ক’ৰোনাত…
- অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আক্ৰান্ত হৈছে ক’ৰোনাত।
- টুইটাৰ আৰু ফেচবুকযোগে তেখেতে এই কথা সদৰি কৰিছে।
- যোৱা নিশা ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগত দিল্লীত এক বৈঠকত মিলিত হৈছিল পেমা খাণ্ডু।
- ভাৰত-চীনৰ শেহতীয়া যুদ্ধ সদৃশ পৰিস্থিতিৰ বাবে এই গুৰুত্বপূৰ্ণ বৈঠক আয়োজন কৰা হৈছিল।
- অৰুণাচল প্ৰদেশৰ স্বাস্থ্য মন্ত্ৰী আলো লিবাং আৰু কৃষি মন্ত্ৰী টাগে টাকিও আক্ৰান্ত হৈছে ক’ৰোনাত।
- বৰ্তমান অৰুণাচল প্ৰদেশত ৬৩০০ ৰো অধিক লোক ক’ৰোনাত আক্ৰান্ত হৈছে আৰু ১১ জনৰ মৃত্যু হৈছে ।
[jnews_block_2 ]