আছু আৰু কৃষক মুক্তিক একেলগে ৰাজনৈতিক দল খুলাৰ বাবে আহ্বান অখিল গগৈৰ…
- কাৰাবন্দী অখিল গগৈয়ে সংবাদ মাধ্যমৰ সন্মুখত সকলো দল-সংগঠনক উদ্দেশ্যি জনায় এক গুৰুত্বপূৰ্ণ আহ্বান।
- আছু, কৃষক মুক্তিয়ে পৃথকে পৃথকে দল খুলিলে নহব। সকলো কা বিৰোধী শক্তিয়ে এই সময়ত লগ হ’ব লাগিব।
- এটা দল, এটা প্ৰতীক, এখন পতাকাৰ তললৈ সকলোকে আহাৰ বাবে আহ্বান জনাই অখিল গগৈ।
- ব্যক্তিগত স্বাৰ্থৰ বাবে জাতি বিপদত পৰিব পৰা সিদ্ধান্ত নল’বলৈ আহ্বান।
- জাতিৰ বাবে কা আন্দোলন চলাই থাকিব লাগিব বুলি আহ্বান অখিল গগৈৰ।
[jnews_block_2 ]