কেতিয়াও চৰকাৰী ব্রেণ্ড এম্বেছেডৰ হ’ব নিবিচাৰে জুবিন গাৰ্গে…
কিছুদিনৰ পৰা কৃষি বিভাগৰ ব্রেণ্ড এম্বেছেডৰ হোৱাক লয় বিতৰ্কত আছিল জুবিন গাৰ্গ। এতিয়া এই বিতৰ্ক সন্দৰ্ভত মুখ খুলিছে জুবিন গাৰ্গে। তেখেত কয় যে- “মোক ৰাইজে সন্দেহ কৰিব নালাগে”। যুৱপ্রজন্মক খেতিৰ প্রতি আগুৱাই নিবৰ বাবেহে খেতিৰ কামত লাগিছে জুবিন গাৰ্গে । তেখেতে কেতিয়াও চৰকাৰী ব্রেণ্ড এম্বেছেডৰ হিচাবে কাম নকৰে।
C(A)A ৰ সন্দৰ্ভত জূবিনে কয় যে- নিঃস্বাৰ্থভাৱে C(A)A আন্দোলনত ভাগ লৈছিলো আৰু সদায় C(A)Aৰ বিপৰীতে থাকিম। C(A)A সন্দৰ্ভত আকৌ প্রতিবাদ কৰিলে তাত অংশগ্ৰহন কৰিব বুলি মন্তব্য কৰিলে জুবিনে।
লগতে, যথেষ্ট সংখ্যক শিল্পীৱে ৰাজনৈতিক দলত যোগদান কৰাৰ ক্ষেত্ৰত সেয়া তেওঁলোকৰ ব্যক্তিগত কথা মই নাজানু বুলি মন্তব্য কৰে জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীয়ে।
Sericulture Assam Recruitment Admit Card 2021 for 180 Grade IV Vacancy
Sericulture Assam Recruitment Admit Card 2021 for 180 Grade IV Vacancy : The admit card for Sericulture Assam can be...
Hii I am Aniruddha Barman. I work as a author in newsinassam.com
You can talk to me My email id aniruddhabarman10@gmail.com