মহামাৰী ক’ৰনাক লৈ বিশেষ গ্ৰন্থ উন্মোচন,Zubeen Gargৰ অংশগ্ৰহণ উন্মোচনী অনুষ্ঠানত।

 

মহামাৰী ক’ৰনাক লৈ এখন বিশেষ গ্ৰন্থ। গুৱাহাটীৰ ৰাজগড়ত অনুষ্ঠিত গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠান:

 Zubeen Garg নিজে উপস্থিত থাকে এই অনুস্থানত। Zubeen Gargএ এই অনুষ্ঠানত উপস্থিত থাকি চীনা সামগ্ৰী বৰ্জন কৰি  নিজে স্বাৱলম্বী হ’বলৈ আহ্বান জনাই।

 গ্ৰন্থখনৰ সংকলক আৰু সম্পাদনা ভাস্কৰ বৰ্মন। গ্ৰন্থখনৰ পৰিৱেশক ৰেক্ষা প্ৰকাশক।

বিশ্বজুৰি ক’ৰনা মহামাৰীৰ আতংক থকাৰ মজতে ভাস্কৰ বৰ্মনে ক’ৰনা মহামাৰীৰ আতংক আৰু এই ৰোগ প্ৰতিকাৰৰ বিষয়ক লৈ ৰচনা কৰে এই গ্ৰন্থ।

ভাস্কৰ বৰ্মনে জানিব দিয়া মতে ক’ৰনা মহামাৰী এই গ্ৰন্থখনৰ মূল বিষয়।

About Nabarun Kumar Dutta

Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com You can talk to me My email id [email protected]

Check Also

Assam Rifles Recruitment 2023: ৬১৬ টা চাকৰিৰ আৱেদন

Assam Rifles Recruitment 2023 : Apply 616 Technical And Tradesman posts: শেহতীয়াকৈ Assam Rifles ে ...

Read more

Leave a Reply

Your email address will not be published. Required fields are marked *