---Advertisement---

ভাৰত-চীনৰ মাজত চলি থকা সীমা বিবাদৰ ক্ষেত্ৰত সহায় কৰিব  মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে…

By Nabarun Kumar Dutta

Published On:

ভাৰত-চীনৰ মাজত চলি থকা সীমা বিবাদৰ ক্ষেত্ৰত সহায় কৰিব  মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে…
---Advertisement---

ভাৰত-চীনৰ মাজত চলি থকা সীমা বিবাদৰ ক্ষেত্ৰত সহায় কৰিব  মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে…

ভাৰত আৰু চীনৰ মাজত এতিয়াও চলি আছে সীমা বিবাদ। এই বিবাদক লৈ মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সহায় কৰিব বুলি ইচ্ছা প্ৰকাশ কৰিছে। মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে উল্লেখ কৰা মৰ্মে, অমেৰিকা সাজু আছে ভাৰত আৰু চীনৰ মাজৰ সীমা বিবাদৰ সংঘৰ্ষ সমাধান কৰাৰ বাবে। যদি দুয়োখন দেশে এই ক্ষেত্ৰত মান্তি হৈ তেন্তে আমেৰিকাই সহায় কৰিব পাৰিব।

উল্লেখ্য যে, শুকুৰবাৰে সন্ধিয়া হোৱাইট হাউছত সাংবাদিক সকলৰ আগত ট্ৰাম্পে এই বুলি মন্তব্য কৰে যে, ‘ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক বহু দুৰ্বল আৰু বেয়া হৈ গৈ আছে। আমি যদি দুয়োখন দেশকে এই সন্দৰ্ভত সহায় কৰিব পাৰো তেন্তে অত্যন্ত সুখী হম।

[jnews_block_2 ]

Nabarun Kumar Dutta

Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com You can talk to me My email id duttaodin@gmail.com

---Advertisement---

Leave a Comment