সুৰাৰ বিপনী বন্ধ থাকিব গুৱাহাটী মহানগৰীত….
কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ ফালৰ পৰা বিশেষ ঘোষণা। অহা ২৬ চেপ্তেম্বৰ শনিবাৰে মহানগৰীত সুৰাৰ বিপনী সমূহ সম্পূৰ্ণ ৰূপে বন্ধ থাকিব। কামৰূপ মহানগৰ জিলা প্ৰশাসনে শনিবাৰৰ দিনা ঘোষনা কৰিছে ড্ৰাই ডে ।
উল্লেখ্য যে, অহা ২৬ চেপ্তেম্বৰৰ দিনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেবৰ জন্ম দিবস উপলক্ষে প্ৰশাসনৰ তৰফৰ পৰা এই ঘোষনা কৰা হৈছে। গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা ৰাখি লোৱা হৈছে এই সিদ্ধান্ত।
[jnews_block_2 ]