এতিয়াৰ পৰা whats appত কৰিব পাৰিব চিলিণ্ডাৰ বুকিং…
আপুনি হোৱাটছ এপ যোগে কৰিব পাৰিব চিলিণ্ডাৰ বুকিঙ। দেশৰ সবাতোকৈ বৃহৎ অইল মাৰ্কেটিং কোম্পানী Indian Oil Corporation য়ে শেহতীয়াকৈ জনসাধৰনৰ মাজত এই সুবিধা আৰম্ভ কৰিছে । এতিয়াৰে পৰা সকলো গ্ৰাহকে ৰন্ধন গেছ বুকিং কৰিব পাৰিব হোৱাটছ এপৰ জৰিয়তে।
Indian Oil Corporationয়ে Indaneৰ চিলিণ্ডাৰ বুকিং কৰিবলৈ মুকলি কৰিছে এটা হোৱাটছ এপ নম্বৰ। 7588888824 এই নম্বৰটোৰ জৰিয়তেই গ্ৰাহকে বুকিং কৰিব পাৰিব প্ৰয়োজনীয় চিলিণ্ডাৰ।
উল্লেখ্য যে, এজেন্সীত ৰেজিষ্ট্ৰাৰ হৈ থকা মোবাইল নম্বৰটোৰে হে গ্ৰাহকে এই সেৱা উপভোগ কৰিব পাৰিব।[jnews_block_2 ]