কংগ্ৰেছ অধ্যক্ষৰ মৃত্যু, পশ্চিম বংগৰ…
পশ্চিম বংগ প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ সোমেন মিত্ৰা ২৯ জুলাইৰ দিনা নিহত হ’য়। জানিব পোৱা মতে, হৃদজনিত ৰোগত আক্ৰান্ত হৈ আছিল সোমেন মিত্ৰা। বুধবাৰে নিশা মৃত্যু হয় নেতাগৰাকীৰ। মৃত্যুৰ সময়ত তেওৰ বয়স আছিল ৭৮ বছৰ। উল্লেখ্য যে, নেতাগৰাকীৰ বিগত কেইটামান দিন ভৰ্তি হৈ আছিল পশ্চিম বংগৰ এখন ব্যক্তিগত খণ্ডৰ হস্পাতালত। চিকিৎসকে জানিব দিয়া মতে, বহুকেইটা ৰোগত আক্ৰান্ত হৈ আছিল নেতাগৰাকী। নেতাগৰাকীৰ শেহতীয়াকৈ কিছুদিনৰ পৰা স্বাস্থ্যৰ অধিক অৱনতি ঘটিছিল।[jnews_block_2 ]