VIVO স্পন্সৰ এৰিলে আই পি এল-২০২০ য়ে…

VIVO স্পন্সৰ এৰিলে আই পি এল-২০২০ য়ে…

আই পি এল ২০২০ৰ মুখ্য প্ৰযোজক হিচাপে এতিয়াৰ পৰা নাথাকে ভিভ’। শেহতীয়াকৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই খবৰ। শেহতীয়াকৈ ভাৰত-চীনৰ মাজত চলি থকা সংঘাতৰ পৰিণতিতে বুজা পৰাৰ মাজেৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বি চি চি আইয়ে। চীনা কম্পানী হোৱা বাবে ভিভ’ক এৰিলে আই পি এল-২০২০ য়ে। বি চি চি আইয়ে এটা বছৰৰ বাবে ভিভ’ৰ সৈতে হোৱা চুক্তি বাতিল কৰিছে।

উল্লেখ্য যে, বি চি চি আইয়ে ভিভ’ৰ সৈতে প্ৰতি বছৰে ৪৪০কোটি টকাৰ চুক্তি কৰিছিল। এই চুক্তিৰ ম্যাদ ২০২২ চন লৈকে আছিল।

[jnews_block_2 ]

About Nabarun Kumar Dutta

Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com You can talk to me My email id [email protected]

Check Also

অসমৰ শিক্ষা মন্ত্ৰী ৰানোজ পেগুৱে প্ৰাথমিক শিক্ষকসকলৰ দাবীসমূহ চোৱা-চিতা কৰাৰ আশ্বাস দিছে

অসমৰ শিক্ষা মন্ত্ৰী ৰানোজ পেগুৱে প্ৰাথমিক শিক্ষকসকলৰ দাবীসমূহ চোৱা-চিতা কৰাৰ আশ্বাস দিছে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ...

Read more