এইবাৰ মুখ খুলিছে দেশৰ উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে..

এইবাৰ মুখ খুলিছে দেশৰ উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে..

চীন আৰু ভাৰতৰ মাজত সংঘাত অব্যাহত আছে। এই সংঘাতৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দেশৰ উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে।

উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, ভাৰতে এতিয়া এক অতি কঠোৰ সময়ৰ সৈতে মুখামুখি কৰিছে।

আমি এতিয়া আন্তঃ আৰু বাহ্যিক বহু প্ৰত্যাহ্বানৰ সন্মুখীন হব লগা হৈছো। কিন্তু আমি সকোলো সময়তে একলগ আৰু সক্ৰিয় হৈ থাকিব লাগিব। আমাৰ সন্মুখত পৰা যিকোনো প্ৰত্যাহ্বানকে অতিক্ৰম কৰিবলৈ আমি প্ৰস্তুত থাকিব লাগিব।

উল্লেখ্য যে, চীন ভাৰতৰ মাজত চলি থকা সংঘাত আৰু ক’ৰোনা ভাইৰাচৰ আতংকক উদ্দেশ্যি এই মন্তব্য আগ বঢ়াই।

 

About Nabarun Kumar Dutta

Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com You can talk to me My email id [email protected]

Check Also

অসমৰ শিক্ষা মন্ত্ৰী ৰানোজ পেগুৱে প্ৰাথমিক শিক্ষকসকলৰ দাবীসমূহ চোৱা-চিতা কৰাৰ আশ্বাস দিছে

অসমৰ শিক্ষা মন্ত্ৰী ৰানোজ পেগুৱে প্ৰাথমিক শিক্ষকসকলৰ দাবীসমূহ চোৱা-চিতা কৰাৰ আশ্বাস দিছে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ...

Read more

Leave a Reply

Your email address will not be published. Required fields are marked *