Skip to content

News in Assam- Career News in India

Latest news in Assam and India

Menu
  • Home
  • Assam News
  • Hindi News
  • News
  • Education
  • Sports
  • Privacy policy
  • About Us
Menu
 এখন বাহনত উদ্ধাৰ ৫০০ কাছ, উত্তৰপ্ৰদেশত গ্ৰেপ্তাৰ এজনক…

 এখন বাহনত উদ্ধাৰ ৫০০ কাছ, উত্তৰপ্ৰদেশত গ্ৰেপ্তাৰ এজনক…

Posted on August 14, 2020

 এখন বাহনত উদ্ধাৰ ৫০০ কাছ, উত্তৰপ্ৰদেশত গ্ৰেপ্তাৰ এজনক…

উত্তৰপ্ৰদেশৰ লক্ষ্ণৌ-বাৰানসী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত চলা এখন বাহনত উদ্ধাৰ কৰা হৈছে ৫০২টা কাছ। আৰক্ষীয়ে ঘাইপথত তালাচী চলোৱাৰ সময়ত এখন বাহনৰ পৰা উদ্ধাৰ হ’য় কাছ কেইটা।

উক্ত বাহনখনৰ ড্ৰাইভাৰ জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’য়। আৰক্ষীয়ে জানিব দিয়া মতে, গ্ৰেপ্তাৰ কৰা লোকজনৰ নাম ৰমেশ। গান্দীনগৰ পালপুৰ গাঁৱৰ নিবাসী এই যুৱকজন।

[jnews_block_2 ]

Leave a Reply Cancel reply

You must be logged in to post a comment.

©2023 News in Assam- Career News in India | Design: Newspaperly WordPress Theme