Assamese News
কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটৰ দেহত ধৰা পৰিছে ক’ৰোনা ভাইৰাচ…

কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটৰ দেহত ধৰা পৰিছে ক’ৰোনা ভাইৰাচ…
কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই কথা নিজে তেখেতৰ টুইটাৰযোগে সদৰী কৰিছে।
উল্লেখ্য যে, মন্ত্ৰী গৰাকীয়ে তেখেতৰ দেহত ক’ৰোনাৰ লক্ষণ দেখাৰ পাছত ক’ভিড টেষ্ট কৰাইছিল। তাৰপাছত এই পৰীক্ষাত ক’ভিড পজিটিভ ধৰা পৰে তেখেতৰ।
শেহতীয়াকৈ তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোককে ক’ভিড টেষ্ট কৰাবলৈ আহ্বান জনাইছে তেখেতে।
[jnews_block_2 ]
You must be logged in to post a comment Login