স্বাধীনতা দিৱসত আলফাৰ ১৮ ঘন্টীয়া বন্ধৰ বাবে আহ্বান …
আলফা স্বাধীনৰ স্বাধীনতা দিৱস উপলক্ষে প্ৰেছ বিবৃতি। এই প্ৰেছ বিবৃতিত আলফা স্বাধীনৰ সৈতে উগ্ৰপন্থী সংগঠন এন এছ চি এন একেলগে থাকে। এই প্ৰেছ বিবৃতিত আলফা স্বাধীনে স্বাধীনতা দিৱস বৰ্জনৰ বাবে ৰাজ্যবাসীক আহ্বান জনায়। ১৪ আগষ্টৰ দিনা মাজনিশাৰ পৰা ১৮ ঘন্টীয়া বন্ধ পালনৰ বাবে উগ্ৰপন্থী সংগঠনটোৱে আহ্বান জনায়। এই বন্ধৰ কৰ্যসূচী মৰ্মে ব্যৱসায়িক প্ৰতিষ্ঠান, শিক্ষা প্ৰতিষ্ঠান, চৰকাৰী প্ৰতিষ্ঠান আদি সম্পূৰ্ণৰূপে বন্ধ ৰাখিবলৈ আহ্বান জনাইছে।
লগতে উগ্ৰপন্থী সংগঠনটোৱে ক’ৰোনা ভাইৰাছৰ বাবে সাৱধানতা অৱলম্বন কৰাৰ বাবেও আহ্বান জনাই।
[jnews_block_2 ]