Connect with us

Assamese News

ত্ৰিপুৰাত সম্পূৰ্ণ ভাবে দিয়া হ’ৱ সোমবাৰৰ পৰা লকডাউন…..

Published

on

ত্ৰিপুৰাত সম্পূৰ্ণ ভাবে দিয়া হ’ৱ সোমবাৰৰ পৰা  লকডাউন…..

ত্ৰিপুৰাত সম্পূৰ্ণ ভাবে দিয়া হ’ৱ সোমবাৰৰ পৰা লকডাউন…..

কভিড-১৯ ৰ ববে সোমবাৰৰ পৰা ত্ৰিপুৰাত সম্পূৰ্ণ ভাবে লকডাউন দিয়াৰ সিধান্ত লই ত্ৰিপুৰা চৰকাৰে। ক’ৰোনাৰ ভয়াৱহ ৰূপৰ প্ৰতি লক্ষ্য ৰাখি লোৱা হৈছে এই সিদ্ধান্ত। বিয়লি ভাগৰ পৰাই প্ৰযোজ্য কৰা হব এই লকডাউন।

জানিব পোৱা মতে, সোমবাৰৰ পৰা ৩দিনৰ বাবে ত্ৰিপুৰাত অব্যাহত থাকিব  এই লকডাউন। উল্লেখ্য যে, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে সকলো লোককে এই সময়ছোৱাত  গৃহবন্দী হৈ থাকিবলৈ আহ্বান যনায়।

ত্ৰিপুৰাত ও অব্যাহত আছে কভিডৰ তাণ্ডৱ।[jnews_block_2 ]

Click to comment

You must be logged in to post a comment Login

Leave a Reply

Trending