Transport Department, Assam 2020 নিযুক্তি: 26 টা Motor Vehicle Inspector (MVI) ৰ বাবে খালী পদৱী।
Commissioner ate of Transport, Assam.
অন্তিম তাৰিখ : 09/11/2020.
Transport Department, Assam ভৰ্তি 2020
পদৱীৰ নাম : Motor Vehicle Inspector (MVI)
খালী পদৱীৰ সংখ্যা: 26 [UR: 11, OBC/ MOBC: 5, SC: 2, STP: 4, STH: 1, EWS: 3]
দৰ্মহা : Rs. 22,000/- to 97,000/- , GP: Rs. 9400
বয়স: 01/01/2020 লৈ আবেদনকাৰীৰ বয়স 21 বছৰত কৈ কম আৰু 38 বছৰত কৈ বেচি হ’ব নোৱাৰিব।
বয়সৰ উৰ্দ্ধত ৰেহাই
(i) SC/ST candidates, ৰবাবে 5 বছৰ ৰেহাই দিয়া হৈছে।.
(ii) OBC/MOBC candidates ৰবাবে 3বছৰ ৰেহাই।
Transport Department, Assam যোগ্যতা
শৈক্ষিক যোগ্যতা : Govt recognised Institute ৰপৰা Automobile or Mechanical Engineering ৰ3 বছৰীয়া Diploma ৰ লগতে H.S.S.L.C. পাছ হ’ব লাগিব।
Eligibility Criteria:
i. আৱেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব।
ii. আৱেদনকাৰীয়ে আৱেদনৰ লগত অসম শৈক্ষিক উদ্দেশ্যৰে উলোৱা PRC জমা দিব লাগিব।
বা
iii. Employment Exchange ৰ Form দিব লাগিব।
Physical Fitness:
(i) আৱেদনকাৰী শাৰীৰিক আৰু মনসিক ভাবে সুস্থ হোৱাৰ দৰকাৰ।
(ii) নিযুক্তিৰ আগে আৱেদনকাৰীক শৰীৰ পৰীক্ষা কৰা হ’ব।
Transport Department, Assam আৱেদন মাচুল
1. General/EWS: 285.40 টকা
2. SC/ST/OBC/MOBC: 185.40 টকা
3. BPL: 35.40 টকা
4. PWBD: 35.40 টকা
Payment Mode: Online.
আৱশ্যকীয় তাৰিখ :
(i) ONLINE আৱেদনৰ আৰম্ভনি তাৰিখ: 14-10-2020
(ii) ONLINE আৱেদনৰ অন্তিম তাৰিখ: 09-11-2020
Advertisement Details: Click Here .
Online আৱেদন : Click Here .