Assam News
সদনত প্ৰথম দিনটোতে বিধায়ক ৰূপজ্যোতি কুৰ্মীক বহিষ্কাৰ…

সদনত প্ৰথম দিনটোতে বিধায়ক ৰূপজ্যোতি কুৰ্মীক বহিষ্কাৰ…
সোমবাৰৰ পৰা অসম বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন অনুষ্ঠিত কৰা হৈছে। অসম বিধানসভাৰ প্ৰথম দিনটোতে উত্তপ্ত হৈ পৰিছে সদনৰ মজিয়া। সদনৰ পৰা মাৰ্শ্বাল লগাই বাহিৰ কৰিলে মৰিয়নীৰ বিধায়ক ৰুপজ্যোতি কুৰ্মীক। উল্লেখ্য যে, বিধায়ক কুৰ্মীয়ে অসম চুক্তিকে ধৰি বিভিন্ন প্ৰসংগৰ ওপৰত প্ৰশ্ন কৰাৰ লগতে ক’ৰোনা এক জতিল ৰোগ নহয় ই এক তেনে সাধাৰন ৰোগ বুলি দাবী জনায়।
কুৰ্মীৰ উত্তপ্ত ভাষণ সামৰিবলৈ অধ্যক্ষই বাৰে বাৰে নিৰ্দেশ দিয়া স্বত্বেও মনা নাছিল কুৰ্মীয়ে। কুৰ্মীক ধমক দি অধ্যক্ষই বহিবলৈ কৈছিল যদিও নিৰ্দেশ নামনিলে তেখেতে। ইয়াৰ বাবে সদনৰ পৰা বহিষ্কাৰ কৰে বিধায়কজনক।
[jnews_block_2 ]
You must be logged in to post a comment Login