Assamese News
হংকঙত এয়াৰ ইণ্ডিয়াৰ বিমান সেৱা বন্ধ হ’ব আগষ্ট মাহৰ শেষত…

হংকঙত এয়াৰ ইণ্ডিয়াৰ বিমান সেৱা বন্ধ হ’ব আগষ্ট মাহৰ শেষত…
এয়াৰ ইণ্ডিয়াৰ বিমান আগষ্ট মাহৰ শেষৰ পৰা হংকঙত প্ৰবেশ কৰিব নোৱাৰিব। শেহতীয়াকৈ এয়াৰ ইণ্ডিয়া কেইজনমান যাত্ৰীৰ দেহত ক’ৰোনাৰ উপস্থিতি ধৰা পৰে হংকংত। ইয়াৰ পাছতে হংকং চৰকাৰে লয় এই সিদ্ধান্ত।
শেহতীয়াকৈ এয়াৰ ইণ্ডিয়াৰ বিমানেৰে ভাৰতৰ পৰা হংকঙলৈ যোৱা যাত্ৰীৰ ক’ভিড-১৯ টেষ্ট কৰাত তেওঁলোকৰ ৰিজাল্ট পজিটিভ পোৱা যায় বুলি হংকঙৰ এগৰাকী বিষয়াই সাংবাদিকৰ আগত প্ৰকাশ কৰে। লগতে হংকং চৰকাৰে আগষ্ট মাহৰ শেষৰ ফালে এয়াৰ ইণ্ডিয়াৰ বিমান সেৱা হংকংত বন্ধ কৰাৰ সিদ্ধান্ত লৈছে বুলি জনাই এই বিষয়া গৰাকীয়ে ।
[jnews_block_2 ]
You must be logged in to post a comment Login