এম.এন.চি. ছোৱালী মহাবিদ্যালয়ত সহকাৰী প্ৰবক্তাৰ পদ খালী ২০২০-MNC Girls College Recruitment Assistant Professor 2020- Apply Offline: এম.এন.চি. ছোৱালী মহাবিদ্যালয়ে অসমীয়া আৰু ৰাজনৈতিক বিজ্ঞানৰ (Assamese and Political Science) ৪ টা সহকাৰী প্ৰবক্তা পদৰ বিজ্ঞাপন মুকলি কৰিছে । এম.এন.চি. ছোৱালী মহাবিদ্যালয়ৰ সহকাৰী প্ৰবক্তা পদৰ আবেদন ১৮/০১/২০২০ তাৰিখৰ ভিতৰত কৰিব পাৰিব । এম.এন.চি. ছোৱালী মহাবিদ্যালয়ৰ সহকাৰী প্ৰবক্তা পদৰ এপ্লিকেছন …