গোলাঘাট ডিচি অফিচত ১৭ টা মন্ডল পদ খালী ২০২০-DC Golaghat Recruitment 17 Mandal Post 2020: গোলাঘাট ডিচি অফিচে গোলাঘাট জিলাৰ বাবে ১৭ টা মন্ডল পদৰ বিজ্ঞাপন মুকলি কৰিছে । আবেদন ১১-০১-২০২০ তাৰিখৰ পৰা ১৭-০১-২০২০ তাৰিখৰ ভিতৰত কৰিব পাৰিব । গোলাঘাট ডিচি অফিচৰ মন্ডল পদৰ এপ্লিকেছন ফৰ্ম, (Application Form) তাৰিখ, (Date) আদিকে ধৰি সকলোখিনি আমাৰ ৱেৱচাইট www.newsinassam.com ত পাব ।আপোনালোকে অধিক জানিবৰ …