মধ্যাহ্ন ভোজন যোগানৰ ঠিকাৰ দায়িত্ব এনজিঅ’ক অৰ্পণ কৰি অখাদ্য খুওৱাৰ অভিযোগৰ পিছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অভিভাৱক-শিক্ষকৰ মাজত। শুকুৰবাৰে কণ কণ শিশুক অখাদ্য খাবলৈ বাধ্য কৰোৱা ঘটনাৰ পিছত একাংশ অভিভাৱকৰ প্ৰশ্ন- এনে খাদ্য শিক্ষাৰ বৰমূৰীয়া বিষয়াই নিজে খাই চাওঁক অথবা নিজৰ সন্তানক খুৱাই দেখুৱাওক। #MiddayMeal ___ The agenda of this channel is neutral, unbiased news. It has …
Tag: dy 365
২৫০ টকাৰ এক মাহিলী পেন্সন || Assam government launches old-age pension scheme
২৫০ টকাৰ এক মাহিলী পেন্সন। এই পেন্সনেৰে বৃদ্ধসকলক সকাহ দিব ৰাজ্য চৰকাৰে। মঙলবাৰে ২৫০ টকীয়া বৃদ্ধ পেন্সনৰ আঁচনি মুকলিৰ বাবে ৰাজ্য চৰকাৰৰ কোটি টকীয়া আয়োজন। #PensionScheme #Assam #Government source